Download Now Banner

This browser does not support the video element.

জুবিন গাৰ্গৰ নামত মন্তব্য কৰি বিপদত ভগিৰাম গাওঁৰ মাধৱ চন্দ্ৰ দৈমাৰী, আমছুৰ মুখ্য উপদেষ্টাৰ মন্তব্য

Doboka, Hojai | Sep 20, 2025
ডবকাৰ এজন যুৱকে সামাজিক মাধ্যমত জুবিনৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি পৰিল বিপদত।জুবিনৰ মৃত্যুৰ পিছতে যুৱকজনে সামাজিক মাধ্যমত জুবিনক উদ্দেশ্য কৰি কৰিছিল অশ্লীল মন্তব্য।ঘটনা সন্ধৰ্ভত শনিবাৰে দিনৰ প্ৰায় ২ মান বজাত আমছু জিলা সভাপতিৰ মন্তব্য।উল্লেখ্য জুবিনৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰা যুৱকজন ডবকাৰ ভগিৰাম গাওঁৰ মাধৱ চন্দ্ৰ দৈমাৰী বুলি জানিব পৰা গৈছে । যুৱকজনৰ অশ্লিল মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে হোজাই জিলা আমছুসহ স্থানীয় লোক । যুৱজনক বিচাৰি ইতিমধ্যে আমছুৱে চলাইছে অভিযান ।
Read More News
T & CPrivacy PolicyContact Us