Install App
arindram93
This browser does not support the video element.
টেঙাখাত: টেঙাখাত পানধোৱা গাওঁত বাবলু পুনৰা দুচাদৰ নৃশংস হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা হত্যাকাৰীৰ, গ্ৰেপ্তাৰ দুই কিশোৰ সহ পাঁচ জনক
Tengakhat, Dibrugarh | Sep 2, 2025
টেঙাখাত পানধোৱা গাওঁত যোৱা শুক্ৰবাৰে নৃশংস হত্যাৰ বলি হৈছিল বাবলু পুনৰা দুচা নামৰ এজন ব্যক্তি। অতি নিৰ্মম ভাবে লোহাৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল সেই গাঁৱৰেই পাঁচ জনকৈ হত্যাকাৰীয়ে। ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুটা কিশোৰ সহ পাঁচ জনক। আজি মঙ্গলবাৰে পুৱা ১১ বজাত হত্যাকাণ্ডটো সংঘটিত কৰা স্থানত উপস্থিতহৈ আৰক্ষীক সমগ্ৰ ঘটনাৰ বিৱৰী কয় হত্যাকাৰীয়ে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!