Download Now Banner

This browser does not support the video element.

বিলাসীপাৰা ভাগ: বিলাসীপাৰা জিলা নাথ -যোগী যুৱ পৰিষদ দেওবাৰে বিয়লি শক্তিশালী সমিতি গঠন কৰা হয়

Bilasipara Part, Dhubri | Mar 2, 2025
বিলাসীপাৰা জিলা নাথ -যোগী যুৱ পৰিষদ দেওবাৰে বিয়লি প্ৰায় তিনি মান বজাত শক্তিশালী সমিতি গঠন কৰা হয়।সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ দেওবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি প্ৰায় তিনি মান বজাত বিলাসীপাৰা জিলা নাথ -যোগী যুৱ পৰিষদ এখন শক্তিশালী সমিতি গঠন কৰা হয় । সভাপতি - নীলকমল নাথ আৰু সম্পাদক-পঙ্কজ নাথৰ সৈতে ৫১ জন যুৱক-যুৱতীৰে গঠন হয়। ইফালে আহি থকা দিনত অসমৰ প্ৰায় কেইখন জিলা সমিতি গঠন কৰি অসমৰ জাতিয় জীৱনৰ লগতে জনগোষ্ঠীৰ উত্তৰনৰ বাবে সকলোৱে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতি বদ্ধ ।
Read More News
T & CPrivacy PolicyContact Us