This browser does not support the video element.
পূব যোৰহাট: সদৰত ৰেল লাইনৰ কাষত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ , যুৱতী গৰাকীৰ মুখত আছে আঘাতৰ চিন
Jorhat East, Jorhat | Sep 7, 2025
যোৰহাটৰ সদৰত ৰেল লাইনৰ কাষত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ । যুৱতী গৰাকীৰ মুখত আছে আঘাতৰ চিন । ৰেলৰ খুন্দাতেই যুৱতী গৰাকীৰ মৃত্যু হৈছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে যদিও বৰ্তমান লৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত উপস্থিতি মৰিয়নিৰ ৰেল আৰক্ষী । দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCH লৈ প্ৰেৰণ ।