Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: ঘাই পথ অৱৰোধ কৰি ভাৰতীয় চাহ বোৰ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত সমস্যা সমাধানৰ দাবীত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

Jorhat West, Jorhat | Aug 28, 2025
ঘাই পথ অৱৰোধ কৰি ভাৰতীয় চাহ বোৰ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত সমস্যা সমাধানৰ দাবীত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ । আজি ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদে কপালে যোৰহাট । ভাৰতীয় চাহ বোৰ্ডৰ সন্মুখত ৰাজপথ অৱৰোধ কৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ সাব্যস্ত । এই সকল খেতিয়কৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা । কেঁচা চাহ পাতৰ উচিত মূল্য দিয়া নাই কলঘৰে ।
Read More News
T & CPrivacy PolicyContact Us