Download Now Banner

This browser does not support the video element.

নগাঁও: জলাহ গাঁও নামঘৰৰ কামৰ আধাৰশিলা স্থাপন বিধায়ক জিতু গোস্বামীয়ে,ৰাইজৰ লগত মত বিনিময় বিধায়ক গৰাকীৰ

Nagaon, Nagaon | Aug 26, 2025
জলাহ গাঁও নামঘৰৰ কামৰ মঙলবাৰে বিয়লি প্ৰায় চাৰি মান বজাত আধাৰশিলা স্থাপন বিধায়ক জিতু গোস্বামীয়ে।নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ চলচলি জলাহ গাঁও নামঘৰত মংগলবাৰে বিয়লি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে অসম দৰ্শন আঁচনিৰ অধীনৰ নামঘৰৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ পিছতেই গাঁও বাসীৰ লগত মত বিনিময় কৰে বিধায়ক গৰাকীয়ে। গাঁও খনৰ বিভিন্ন সমস্যাৰ বুজ লৈ সেই সমস্যা সমাধান কৰাৰ চেষ্টা কৰা হ'ব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us