Download Now Banner

This browser does not support the video element.

বালিজানা: বিতৰ্কিত মন্তব্য কৰা ইউটিউবাৰ মহিলা বৰসা বৰাক আৰক্ষীয়ে আটক কৰে

Balijana, Goalpara | Aug 27, 2025
বিতৰ্কিত মন্তব্য কৰা ইউটিউবাৰ মহিলা বৰসা বৰাক আটক। গোৱালপাৰা নগৰ আৰক্ষীয়ে আটক কৰে মহিলা গৰাকীক।গোৱালপাৰাৰ DC, SP ৰ ওপৰত বুলি মন্তব্য কৰিছিল মহিলা গৰাকীয়ে। বৰষা বৰা নামৰ মহিলা গৰাকী অৱশেষত আটক কৰিলে গোৱালপাৰা নগৰ আৰক্ষীয়ে । পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এগৰাকী যুৱকক প্ৰহাৰ কৰি " মোক চিনি পোৱা নাই, গোৱালপাৰাৰ DC, SP মোৰ তলত থাকে বুলি মন্তব্য কৰিছিল নিজকে নতুন youtuber বুলি পৰিচয় দিয়া বৰষা বৰা নামৰ মহিলা গৰাকী ।
Read More News
T & CPrivacy PolicyContact Us