Download Now Banner

This browser does not support the video element.

গুৱাহাটী: 'মই অসমত আছোঁ, মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক',গুৱাহাটীত জমিয়ত উলেমা-ই-হিন্দৰ নেতা মেহমুদ মাদানীৰ সংবাদমেলত মন্তব্য

Guwahati, Kamrup Metropolitan | Sep 2, 2025
মঙলবাৰে গুৱাহাটীত বিতৰ্কিত জমিয়ত উলেমা-ই-হিন্দৰ নেতা মেহমুদ মাদানীৰ সংবাদমেল। হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ মাদানীৰ।'মই অসমত আছোঁ, মোক গ্ৰেপ্তাৰ কৰি দেখুৱাওক'। চৰকাৰৰ উচ্ছেদক অমানৱীয় আখ্যা মাদানীৰ। গোৱালপাৰাত গৈ উচ্ছেদিতৰ খবৰ লোৱা বুলি উল্লেখ মেহমুদ মাদানীৰ।
Read More News
T & CPrivacy PolicyContact Us