This browser does not support the video element.
নগাঁও: ধিঙৰ জেঙনীত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান,জিলা আয়ুক্ত দেবাশীষ শৰ্মা উপস্থিত হৈ মাইক যোগে জনাই শেষ বাৰৰ বাবে
Nagaon, Nagaon | Aug 22, 2025
ধিঙৰ জেঙনীত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান,শুক্ৰবাৰে বিয়লি প্ৰায় চাৰি মান বজাত জিলা আয়ুক্ত দেবাশীষ শৰ্মা উপস্থিত হৈ মাইক যোগে ঘোষণা কৰে ।ধিং ৰাজহ চক্রৰ বটদ্ৰৱা মৌজাৰ বালিসত্ৰ কিচামতৰ ৩নং চৰকাৰী দাগৰ আৰু আলিটাঙনী মৌজাৰ বলিকটিয়া কিচামতৰ জেঙনী তিনি আলিৰ মথাউৰি মাটি ও চৰকাৰী ভূমিত চলিব উচ্ছেদ অভিযান। অহা ২৭ আগষ্ট বুধবাৰে নগাওঁ জিলা প্ৰশাসনে চলাব উচ্ছেদ অভিযান ।জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত আন্তিম বাৰৰ বাবে মাইক যোগে ঘোষণা কৰে।মথাউৰিৰ দুয়োকাষে চৰকাৰী ভূমিত অবৈধ