Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: লিডুত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি পালন

Margherita, Tinsukia | Aug 25, 2025
আজি সোমবাৰে  জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি ।  সমগ্র ৰাজ্যৰ সত্ৰ নামঘৰ সমুহত গুৰুজনাৰ তিৰোভাব তিথি পালন কৰা হৈছে তাৰ সমান্তৰালভাৱে লিডু কেন্দ্ৰীয় নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি পালন কৰে । গুৰুজনাক স্মৰণ কৰি ভকত বৈষ্ণৱ আই মাতৃ সকলে পুৱাৰে পৰা বিয়লি প্রায় ৩ বজা পর্যন্ত নাম কীৰ্ত্তনত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় ।
Read More News
T & CPrivacy PolicyContact Us