This browser does not support the video element.
তিনিচুকীয়া: বৰডুবি মনখুচি ১নং লাইনত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত
Tinsukia, Tinsukia | Sep 29, 2025
"তিনিচুকীয়া জিলাৰ বৰডুবি মনখুচি ১নং লাইনত নিশা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । "বচন মূড়া নামৰ ব্যক্তিজনে নিজ সৰু ভাতৃ কাৰ্তিক মূড়াক দাৰে ডিঙি কাটি হত্যা কৰি ঘটনাস্থলিৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। "জানিব পৰা মতে, মাটি বাৰীৰ সংক্রান্ত বিবাদৰ পৰিপ্ৰেক্ষিতত এই হত্যাকাণ্ড সংঘটিত হয়। কাৰ্তিক মূৰা ডিব্ৰুগড় জিলাৰ ভাদৈ পাঁচ আলীৰ নাগাজানৰ বাসিন্দা