This browser does not support the video element.
ধুবুৰী ভাগ: শিলচৰত ধুবুৰীৰ এজন শিক্ষকক পৰিকল্পিত ভাবে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ,ধুবুৰীত হাহাঁকাৰ পৰিয়ালৰ
Dhubri Part, Dhubri | Oct 10, 2025
বিদ্যালয়ৰ দুৰ্নীতি, অনিয়মৰ লগতে শিক্ষা ব্যৱস্থাৰ কলা অধ্যায় উন্মোচন কৰি দিয়াই যেন কাল হল শিক্ষক গৰাকীৰ বাবে। শিলচৰ বৰখোলা অঞ্চলৰ ৯৩৭ নম্বৰ উজান নগৰ এল পি স্কুলৰ প্ৰধান শিক্ষক অৰিন্দম কুন্দুৰ ৰহস্যজনক মৃত্যুৰ আজি ২০ টা দিন। আজিও অন্ধকাৰত শিক্ষক গৰাকীৰ মৃত্যুৰ ৰহস্য। শোকস্তব্ধ ধুবুৰীৰ শিক্ষক পৰিয়াল। ন্যায় বিচাৰি মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীলৈ কাতৰ অনুৰোধ শিক্ষক