This browser does not support the video element.
বালিজানা: পশ্চিম গোৱালপাৰা সম জিলাৰ সভাকক্ষত দুৰ্গাপূজা উপলক্ষে এখনি সভা অনুষ্ঠিত হয়
Balijana, Goalpara | Sep 26, 2025
পশ্চিম গোৱালপাৰা সম জিলাৰ সভাকক্ষত দুৰ্গাপূজা উপলক্ষে এখনি সভা অনুষ্ঠিত হয়।আজি অনুষ্ঠিত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত দুৰ্গাপূঁজা পৰিচালনা সমিতি সমুহকলৈ সমজিলা প্ৰশাসনে এক সভা অনুষ্ঠিত কৰে। উক্ত সভাত উপস্থিত থাকে সমজিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত,সহ আয়ুক্ত, বিজেপি দলৰ নেতা কৰ্মী,আৰু পূজা কমিটিৰ বিষয়ববীয়া সকলে। সভাত আগন্তুক দুৰ্গাপূজাৰ নীতি নিৰ্দেশনা সমুহ পালন কৰিবলৈ সকলো দুৰ্গাপূজা কমিটিক আহ্বান জনায়।