Download Now Banner

This browser does not support the video element.

মৰিগাঁও: নৱ নিৰ্মিত কুশতলি মহাবিদ্যালয়ত নৱ গঠিত পৰিচালনা সমিতিৰ সৈতে এখনি সভাত মিলিত হয় বিধায়ক ৰমাকান্ত দেউৰী

Marigaon, Morigaon | Sep 2, 2025
কুশতলি মহাবিদ্যালয়ত উপস্থিত হৈ নৱগঠিত সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে অনুষ্ঠিত এখনি বিশেষ আলোচনা সভাত অংশগ্ৰহণ কৰে বিধায়ক ৰমাকান্ত দেউৰিয়ে। সভা খনত অংশগ্ৰহণ কৰি নৱ নিৰ্মিত মহাবিদ্যালয় খন পৰিচালনাৰ ক্ষেত্ৰত লবলগীয়া সিদ্ধান্ত সমূহৰ উপৰত বিষদভাৱে আলোচনা কৰা হয়। ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰি জীৱনপথত আগুৱাই যাবলৈ উৎসাহিত কৰে। শেষত পৰিৱেশ সংৰক্ষণৰ লক্ষ্যত মহাবিদ্যালয় খনৰ চৌহদত ছাত্ৰ ছাত্ৰী সকলৰ সৈতে গছপুলিৰ ৰোপণ কৰে বিধায়ক জনে।
Read More News
T & CPrivacy PolicyContact Us