Download Now Banner

This browser does not support the video element.

বৰপেটা: জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিতৰ সভাপতিত্ব শিক্ষা বিভাগৰ পৰ্যালোচনা সভা

Barpeta, Barpeta | Sep 8, 2025
সমগ্ৰ শিক্ষা আৰু বৰপেটাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ অধীনত বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ ওপৰত সোমবাৰে বৰপেটাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিতৰ সভাপতিত্ব সভাখন অনুষ্ঠিত হয় ৷ অতিৰিক্ত আয়ুক্ত গৰাকীয়ে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সকলক "গুণোৎসৱ"ৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়সমূহৰ গুণোৎসৱৰ গ্ৰেড C আৰু Dৰ পৰা A+ আৰু A লৈ উন্নত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us