This browser does not support the video element.
বঙাইগাঁও ভাগ: ছিটকাগাঁৱত আৰক্ষীৰ অভিযানত গাঞ্জাসহ এজন যুৱকক আটক কৰে আৰক্ষীয়ে
Bongaigaon Part, Bongaigaon | Aug 24, 2025
দেওবাৰে বঙাইগাঁও জিলাৰ ছিটকাগাঁৱত আৰক্ষীৰ অভিযান। অভিযানত গাঞ্জা সহ এগৰাকী যুৱক আটক কৰে আৰক্ষীয়ে । উপ আৰক্ষী অধীক্ষক নিৰ্মালি বৰ্মনে নেতৃত্বত চলোৱা অভিযানত বিজয় সিং নামক যুৱকক প্ৰায় ২.৬৯ কিলোগ্ৰাম গাঞ্জা সহ আটক কৰে আৰক্ষীয়ে।