Install App
priyanka1162
This browser does not support the video element.
মৰিয়নি: তিতাবৰ মণ্ডল বি জে পিৰ সভানেত্ৰীৰ ভুৱা ফেচবুক একাউন্ট খুলি আপত্তিজনক ফটো ভাইৰেল কৰা ভাতৃ ভগ্নীক মৰিয়নিত গ্ৰেপ্তাৰ
Mariani, Jorhat | Aug 9, 2025
তিতাবৰ মণ্ডল বি জে পিৰ সভানেত্ৰীৰ ভুৱা ফেচবুক একাউন্ট খুলি আপত্তিজনক ফটো ভাইৰেল কৰা ভাতৃ ভগ্নীক মৰিয়নিত গ্ৰেপ্তাৰ । শনিবাৰে সন্ধিয়া সাত বজাত আটক কৰাৰ পাছতেই মৰিয়নি থানাত সুধা পোচা কৰিছে । বিজেপি নেত্ৰীৰ ফেচবুক একাউন্ট খুলি, আপত্তি জনক ফটো আপলোড কৰি মৰিয়নি আৰক্ষীৰ জালত মৰিয়নি বাহনী চাহ বাগিচাৰ বিৰ্জু চিং আৰু তেওঁৰ ভগ্নী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!