Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: অসমত প্ৰধান মন্ত্ৰী আগমনকলৈ মঙলদৈ ৰাজীৱ ভৱনত সংবাদ মেল কংগ্ৰেছ নেতা ৰিপুন বৰাৰ

Mangaldoi Part, Darrang | Sep 11, 2025
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ১৩ আৰু ১৪ ছেপ্তেম্বৰত অসম ভ্ৰমণ উপলক্ষে প্ৰধানমন্ত্ৰী লৈ ৯টা প্ৰশ্ন অবতাৰনা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মঙলদৈ ৰাজীৱ ভৱনত সংবাদমেলৰ আয়োজন ৷প্ৰধানমন্ত্ৰীয়ে অসমক দিয়া ভুৱা প্ৰতিশ্ৰুতি আৰু অসমক কৰা বিশ্বাসঘাটকতাৰ কেইটা মান দৃষ্টান্ত অসম বাসীৰ আগত ৰাজহুৱা কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই সংবাদ মেলৰ আয়োজন ৷
Read More News
T & CPrivacy PolicyContact Us