Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: ২৮ জুনত অনুষ্ঠিত হবলগীয়া আদৰ্শ সংসদ অনুষ্ঠানৰ বিজেপি জিলা কাৰ্যালয়ত আজি প্ৰস্তুতিৰ সভাত অংশগ্ৰহণ মন্ত্ৰী প্ৰশান্ত ফুকনে
Dibrugarh East, Dibrugarh | Jun 17, 2025
আজি মঙ্গলবাৰে বিয়লি ৪ বজাত বিজেপি ডিব্ৰুগড় জিলা কাৰ্যালয়ত মহিলা মৰ্চা অসম প্ৰদেশ আৰু ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত ডিব্ৰুগড় জিলা মহিলা মৰ্চা আৰু ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলাৰ সহযোগত ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা ৫০ বছৰ পূৰ্তি উপলক্ষে ২৮ জুনত অনুষ্ঠিত হ'বলগীয়া 'আদৰ্শ সংসদ' অনুষ্ঠানৰ প্ৰস্তুতি সভাত উপস্থিত থাকে মন্ত্ৰী প্ৰশান্ত ফুকন
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!