Install App
bpranjal752
This browser does not support the video element.
নগাঁও: ৰূপহীহাটৰ আমবাগান তিনিআলিত শোকাবহ পথ দুৰ্ঘটনা থিতাথে নিহত এজন,স্কুটি আৰু মালবাঁহী মেজিক বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়
Nagaon, Nagaon | Sep 5, 2025
ৰূপহীহাটৰ আমবাগান তিনিআলিত শোকাবশ পথ দুৰ্ঘটনা থিতাথে নিহত এজন।স্কুটি আৰু মালবাঁহী মেজিক বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।দুৰ্ঘটনাত থিতাথে নিহত হয় দেৱালতলাৰ বান্টু মণ্ডল নামৰ যুৱকজন।দুৰ্ঘটনাত পতিত হোৱা মালবাহী বাহনৰ নম্বৰ হৈছে AS 27C 3820 আৰু স্কুটিৰ নম্বৰ হৈছে AS01BH5016. ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ মালবাহী মেজিক বাহনৰ চালকজনক আটক কৰাৰ লগতে মৰোনোত্বৰ পৰীক্ষাৰ বাবে নগাৱালৈ প্ৰেৰণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!