This browser does not support the video element.
তিনিচুকীয়া: অলকানন্দা চাহ বাগিছা লাইনত অষ্টম শ্ৰেণীত অধ্যয়নৰত বিৰাট সিং নামৰ ১৩ বছৰীয়া কিশোৰৰ নিৰুদ্দেশৰ ঘটনা
Tinsukia, Tinsukia | Aug 28, 2025
তিনিচুকীয়া জিলাৰ অলকানন্দা চাহ বাগিছা লাইনৰ অষ্টম শ্ৰেণীত অধ্যয়ন ৰত বিৰাট সিং নামৰ ১৩ বছৰীয়া কিশোৰৰ নিৰুদ্দেশৰ ঘটনা । । যোৱা ১৯ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে কিশোৰজন । পৰিয়ালৰ লোকে কিশোৰ জনক আত্মীয় কুটুম্ব আদি কৰি সকলো স্থানত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ নাপায় স্থানীয় আৰক্ষী থানাত কিশোৰ জন নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে । কোনো সদাশই লোকে কিশোৰ জনৰ সম্ভেদ পালে 93657216 58 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।