Install App
krishnasutradhar829
This browser does not support the video element.
বাক্সা: শালবাৰীত ইউপিপিএলৰ কৰ্মী সভা অনুষ্ঠিত হয়, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মৰ অংশগ্রহণ
Baska, Baksa | Aug 12, 2025
বাক্সা জিলাৰ শালবাৰীত আজি ইউপিপিএলৰ এখনি দলীয় কৰ্মী সভা অনুষ্ঠিত হয়। সভাত দলৰ সাংগঠনিক দিশ সম্পৰ্কে পৰ্যালোচনা কৰা পৰিলক্ষিত হয়। লগতে আগন্তুক বিটিচি নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় সভাত। সভাত বিটিআৰৰ মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, বিটিআৰৰ পাৰিষদ জয় মুছাহাৰী আদিয়ে অংশগ্রহণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!