Install App
mokib786
This browser does not support the video element.
মানকাচৰ: মন্ত্ৰী পিযুজ হাজৰিকাই হাটশিঙামাৰীত এখন চাহৰ দোকানত চাহ খাই হৈ মই গাঁৱৰ ল'ৰা মন্ত্ৰী হৈ মই বদলি হোৱা বুলি মন্তব্য কৰে
Mankachar, South Salmara-Mankachar | Aug 24, 2025
ৰবিবাৰে দিনৰ আনুমানিক ১ বজাত হাটশিঙিমাৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ কোকৰাডাঙাৰ এখন সৰু চাহৰ দোকানত চাহ খাই মই গাঁৱৰ ল'ৰা মন্ত্ৰী হৈ মই বদলী হোৱা নাই ,মই একেবাৰে সাধাৰণ ঘৰৰ ল'ৰা বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে মন্ত্ৰী পিযুজ হাজৰিকাই মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!