Install App
bongaigaon_khobor
This browser does not support the video element.
বইটামাৰী: পাচনীয়াত উচ্ছেদিত ৰাইজৰ সৈতে মত বিনিময় কৰে AAMSU ৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে
Boitamari, Bongaigaon | Aug 28, 2025
পাচনীয়াত উচ্ছেদিত ৰাইজৰ সৈতে মত বিনিময় কৰে সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে। ৰাইজৰ সৈতে মত বিনিময় কৰি বিভিন্ন সমস্যাৰ বুজ লয় সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি গৰাকী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!