Download Now Banner

This browser does not support the video element.

গোলাঘাট: মেৰাপানীত অসমীয়া ১৪ বছৰীয়া কিশোৰীক নগা যুৱকে যৌন নিৰ্যাতন সন্দৰ্ভত অভিযুক্তক ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী আটছাৰ

Golaghat, Golaghat | Sep 24, 2025
মেৰাপানীত অসমীয়া ১৪ বছৰীয়া কিশোৰীক নগা যুৱকে যৌন নিৰ্যাতন সন্দৰ্ভত উত্তপ্ত পৰিস্থিতি, অভিযুক্তক ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী আটছাৰ। মেৰাপানীত চিডফাৰ্মৰ অসমীয়া কিশোৰীক নগাৰ যৌন নিৰ্যাতন। অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে প্ৰশাসনক বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত মেৰাপানীত ৪৮ ঘন্টাৰ সময়সীমা দি গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী আটছা গোলাঘাট শাখাৰ সভাপতি সম্পাদকৰ l
Read More News
T & CPrivacy PolicyContact Us