Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈত‌ অনুষ্ঠিত হ'ব লগীয়া প্ৰধান মন্ত্ৰীৰ‌ জন সভাৰ স্হলি পৰিদৰ্শন কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে বিধায়কে

Mangaldoi Part, Darrang | Sep 1, 2025
অহা 14 ছেপ্টেম্বৰত মঙ্গলদৈত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভা সন্মোধন কৰিব।এই সভাতেই প্ৰধান মন্ত্ৰী গৰাকীয়ে দৰং মিডেকেল কলেজৰ আধাৰ শিলা কৰিব এই আধাৰ শিলা স্হলী পৰিদৰ্শন কৰে সোমবাৰে আবেলি 4 মান বজাত অসম আৰক্ষী বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তা, বিধায়ক বসন্ত দাস‌,জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে
Read More News
T & CPrivacy PolicyContact Us