Download Now Banner

This browser does not support the video element.

গুৱাহাটী: এজাক বৰষুণতে বুৰিল মহানগৰীৰ বিভিন্ন এলেকা বহুকেইটা অঞ্চল এতিয়া জলমগ্ন, লখৰা, নালাপাৰাত দূৰ্ভোগ ভূগিছে জনতাই

Guwahati, Kamrup Metropolitan | Aug 30, 2025
এজাক বৰষুণতে বুৰিল মহানগৰীৰ বিভিন্ন এলেকা বহুকেইটা অঞ্চল এতিয়া জলমগ্ন।কৃত্ৰিম বানত পানীৰ কবলত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। পাহাৰৰ পানীৰ ধলে জলমগ্ন কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ। লখৰা, নালাপাৰাৰ এতিয়া জলমগ্ন।
Read More News
T & CPrivacy PolicyContact Us