Install App
priyanka1162
This browser does not support the video element.
টিয়ক: চটাই স্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত আটক এজন কৰ্মচাৰী
Teok, Jorhat | Aug 28, 2025
টীয়কৰ চটাই স্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত আটক এজন কৰ্মচাৰী । প্ৰতিষ্ঠানত কৰ্মৰত মহিলাক অশালীন ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল । উক্ত প্ৰতিষ্ঠানৰে এগৰাকী অমৃত দোহান নামৰ সুদূৰ হাৰিয়ানাৰ কৰ্মচাৰীয়ে বুধবাৰে নিশা অশ্লীল ইংগিত দিয়াৰ অভিযোগ নতুনকৈ বদলি হৈ অহা মহিলা কৰ্মচাৰীক ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!