Install App
hellobjb
This browser does not support the video element.
মৰিগাঁও: "কা" বাতিলৰ দাবীত মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বীৰ লাচিত সেনা মৰিগাঁও জিলা সমিতিৰ প্ৰতিবাদ
Marigaon, Morigaon | Sep 9, 2025
আজি "কা" বাতিলৰ দাবীত মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰিলে বীৰ লাচিত সেনা মৰিগাঁও জিলা সমিতিয়ে। বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰি সকলে স্পষ্ট কৰি দিয়ে যে চৰকাৰে যদি "কা" বাতিল নকৰে তেন্তে ইয়াতকৈ জঙ্গী আন্দোলন গড়ী তুলিব।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!