Download Now Banner

This browser does not support the video element.

নগাঁও: লাওখোৱা পথৰ চন্দন পুৰ উপপথত চুৰি কৰিৱ গৈ ধৰা পৰিল এটা চোৰ,ৰাইজে ধৰি উত্তম মধ্যম দি চমজাই দিয়ে আৰক্ষীক ধৃত চোৰটোক

Nagaon, Nagaon | Aug 24, 2025
নগাঁৱৰ লাওখোৱা পথৰ চন্দন পুৰ উপপথত চুৰি কৰিৱ গৈ দেওবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ধৰা পৰিল এটা চোৰ। প্ৰায় আধা ঘণ্টা চোৰৰ লগত দৌৰা দৌৰি কৰি অৱশেষত ধৰা পৰিল চোৰ।মানূহৰ ঘৰৰ চাদৰ ওপৰত লুকাই আছিল চোৰটো।চোৰটো শিমলুগুৰিৰ চাকিৰ আহমেদ বুলি জানিব পৰা গৈছে ।উত্তম মাধ্যম দি চোৰটোক হয়বৰগাঁও আৰক্ষীক চমজাই দিয়ে ৰাইজে ।
Read More News
T & CPrivacy PolicyContact Us