Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: নয়াছাৰাত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয় মুকলি,ইউপিপিএলৰ৬০গৰাকী নেতা কৰ্মীৰ বিপিএফত যোগদান,উপস্থিত পাৰিষদ ডেৰহৰছাৎ বসুমতাৰী

Kokrajhar Part, Kokrajhar | Aug 28, 2025
বৃহস্পতিবাৰ দিনা বিয়লি ২.৩০ বজাত কোকৰাঝাৰ জিলাৰ ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত নয়াছাৰাত বিপিএফৰ আইভাণ্ডাৰানী প্ৰাইমাৰীৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে বিটিচিৰ পাৰিষদ তথা বিৰোধী দলপতি ডেৰহৰছাৎ বসুমতাৰীয়ে, উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৬০ গৰাকী ইউপিপিএলৰ নেতা কৰ্মী আনুষ্ঠানিক ভাৱে বিপিএফত যোগদান কৰে, যোগদান কৰা সকলক বিটিচি নিৰ্বাচনত বিপিএফ প্ৰাৰ্থীক জয়ী কৰি বিটিচিত বিপিএফৰ চৰকাৰ বনোৱাৰ বাবে সহায় সহযোগিতা আগবঢ়ালে আহ্বান জনায় পাৰিষদ গৰাকীয়ে
Read More News
T & CPrivacy PolicyContact Us