Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: আনন্দ বজাৰত আগন্তুক বিটিচি নিৰ্বাচন লৈ মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভা

Bijni Part, Chirang | Sep 12, 2025
আজি চিৰাং জিলাৰ আনন্দ বজাৰত মানাস ছেৰফাং পৰিষদীয়‌ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুবাস বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ ,অহা ২২ চেপ্তেম্বৰ তাৰিখে হ'ব লগা বিটিচি নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী সুবাস বসুমতাৰীক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই ,আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে মন্ত্ৰী কৌশিক ৰায়, বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us