Download Now Banner

This browser does not support the video element.

মানকাচৰ: জিলা স্বাস্থ্য বিভাগ আৰু জিলা আৰক্ষী প্ৰশাসনৰ উদ্দ্যোগত কানাইমাৰাত ধঁপাতমুক্ত জিলা গঢ়াৰ চেষ্টাৰে ধঁপাতৰ বিৰোধী অভিযান

Mankachar, South Salmara-Mankachar | Sep 8, 2025
সোমবাৰে দিনৰ আনুমানিক ১বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগ আৰু জিলা আৰক্ষী প্ৰশাসনৰ উদ্দ্যোগত কানাইমাৰা অঞ্চলত চলায় ধঁপাত বিৰোধী অভিযান।উল্লেখ্য যে ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অংশ হিচাপে কানাইমাৰাত জিলা নোডেল বিষয়া ৰ নেতৃত্বত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খণ্ড চিকিৎসা বিষয়া আৰু আৰক্ষী জোৱানৰ সৈতে এক সজাগতা- সহ-বলবৎকাৰী অভিযান।
Read More News
T & CPrivacy PolicyContact Us