Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ আমবাৰীত দ্বিবাৰ্ষিক গোৱালপাৰা কাপ ফুটবল টুৰ্ণমেণ্টৰ শুভাৰম্ভ কৰা হয়

Balijana, Goalpara | Sep 2, 2025
চহৰৰ আমবাৰীত দ্বিবাৰ্ষিক গোৱালপাৰা কাপ ফুটবল টুৰ্ণমেণ্টৰ শুভাৰম্ভ কৰা হয়।গোৱালপাৰা চহৰৰ মাজমজিয়াত স্থিত হাইস্কুল খেল পথাৰত আমবাৰী যুৱ ক্লাৱৰ সৌজন্যত দ্বিবাৰ্ষিকী "গোৱালপাৰা কাপ ফুটবল টুৰ্ণামেণ্ট"ৰ আৰম্ভনী হয় । গোৱালপাৰাৰ বিশিষ্ট সমাজ সেৱক জামিল হুছেইনৰ দ্বাৰা যুৱ ক্লাৱৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা হয় । পতাকা উত্তোলনৰ পিছে পিছে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান হয় । তাৰ পিচত খেলখন শুভৰাম্ভনী কৰা হয় কৰা ৰেফেৰীৰ সহযোগত ।
Read More News
T & CPrivacy PolicyContact Us