This browser does not support the video element.
তিনিচুকীয়া: সদৰ থানা চাৰিআলিত বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী সমাৰোহ উদযাপন
Tinsukia, Tinsukia | Sep 7, 2025
জিলা প্ৰশাসনৰ সৌজন্যত তিনিচুকীয়াৰ জাতীয় জনগোষ্ঠীয় সংগঠন আৰু প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সহযোগত তিনিচুকীয়া থানা চাৰিআলি স্থিত ড° ভূপেন হাজৰিকা স্মৃতি উদ্যানত বিশ্ববৰেণ্য শিল্পী গৰাকীৰ জন্মজয়ন্তী সমাৰোহ উদযাপন । দুপৰীয়া প্ৰায় ২.৩০ মিনিটত সহস্ৰাধিক লোক সমবেত হৈ ভূপেন্দ্ৰ সংগীতেৰে সুৱৰিলে কালজয়ী সংগীতশিল্পী গৰাকীক। তদুপৰি অনুষ্ঠানত তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে অংশগ্ৰহণ কৰে ।