Download Now Banner

This browser does not support the video element.

মৰিয়নি: দেৱেৰাপাৰাৰ মৰঙীয়ালৰ পৰা হাতী চুৰি কৰি নিলে নগা দুবৃত্তই , নাগালেণ্ডৰ এটা বস্তিৰ পৰা উদ্ধাৰ চুৰি হোৱা হাতী

Mariani, Jorhat | Sep 2, 2025
দেৱেৰাপাৰাৰ মৰঙীয়ালৰ পৰা হাতী চুৰি কৰি নিলে নগা দুবৃত্তই ৷ নাগালেণ্ডৰ এটা বস্তিৰ পৰা উদ্ধাৰ চুৰি হোৱা হাতী । মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত বিভিন্ন সময়ত অসমৰ গঞাৰ গোহালীৰ পৰা নগাই গোধন লৈ যোৱাতো কোনো নতুন কথা নহয়।কিন্ত এইবাৰ গোধন নহয়,অসমীয়া লোকৰ হাতী চুৰ কৰি লৈ গল নগা দুবৃত্তই। ঘটনা সংঘটিত হৈছে মৰিয়নিৰ দেৱেৰাপাৰাত।
Read More News
T & CPrivacy PolicyContact Us