Download Now Banner

This browser does not support the video element.

নগাঁও: জুম্মা নামাজৰ পাছতেই শ শ মুছলমানৰ প্ৰতিবাদ শিমলুআটিত

Nagaon, Nagaon | Sep 12, 2025
জুম্মা নামাজৰ পাছতেই শ শ মুছলমানৰ প্ৰতিবাদ এইবাৰ কৱৰস্থানত দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিল মুছলমান সমাজ জুৰীয়া শিমলুআটিত এই প্ৰতিবাদ । এজাক বৰষুণতে কৱৰস্থানত একাঠু পানী,যাৰ বাবে কোনো লোকৰ মৃত্যু হ'লে কৱৰস্থানত কৱৰস্থ দিয়াত অসুবিধাৰ সন্মূখীন হৈছে গাওঁখনৰ ৰাইজৰ। ২০২২-২৩ বৰ্ষতে কৱৰস্থানৰ উন্নয়নৰ বাবে প্ৰায় ৩ লাখ ৫৫ হাজাৰ টকা আৱন্টন হৈছিল । কিন্তু নেৱাজ নামৰ ঠিকাদাৰে মাত্ৰ কেইগাড়ীমান মাটি পেলাই টকা সমূহ আত্মসাৎ কৰে। যাৰ বাবে এতিয়া বিপদত গাঁৱখনৰ ৰাইজ।
Read More News
T & CPrivacy PolicyContact Us