Install App
mokib786
This browser does not support the video element.
মানকাচৰ: হাটশিঙিমাৰীৰ কোকৰাডাঙাত চলি থকা গঢ়াখহনীয়াৰ অস্হায়ী প্ৰতিৰোধৰ বাবে তৰপৰ জিলা প্ৰশাসনৰ লগতে জিলা জলসম্পদ বিভাগ
Mankachar, South Salmara-Mankachar | Aug 22, 2025
বৃহস্পতিবাৰে সিন্ধিয়া ৭:৩০ বজত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত থকা কোকৰাডাঙাত চলি থকা ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াৰ অস্হায়ী প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৱা প্ৰায় দুই মাহ ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া। জিলা প্ৰশাসন আৰু জল সম্পদ বিভাগে অতি ততপৰতাৰে প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!