This browser does not support the video element.
শিৱসাগৰ: সাংবাদিকক অভব্য আচৰণ কৰা বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ বিষয়াৰ ওপৰত শিৱসাগৰ সদৰ থানাত এজাহাৰ ই-মিডিয়া সংস্থাৰ
Sibsagar, Sivasagar | Sep 11, 2025
সাংবাদিকক অভব্য আচৰণ কৰা বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ বিষয়াৰ ওপৰত শিৱসাগৰ সদৰ থানাত এজাহাৰ ই-মিডিয়া সংস্থাৰ । শিৱসাগৰস্থিত বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ কাৰ্য্যালয়ত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক কাৰ্যালয়টোৰ এগৰাকী বিষয়াই অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপিত কৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক গৰাকীয়ে । ইয়াৰ পাছতেই শিৱসাগৰ ই-মিডিয়া সংস্থাই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে এই সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি ।