This browser does not support the video element.
মঙলদৈ ভাগ: মোৱামাৰীত পকীপথ শুভ উদ্বোধন কৰে বিধায়ক বসন্ত দাসে, উপস্থিত থাকে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া
Mangaldoi Part, Darrang | Sep 6, 2025
মোৱামাৰী গাওঁ পঞ্চায়তৰ জয় নগৰৰ দ্বিজেন্দ্ৰ শৰ্মাৰ ঘৰৰ পৰা পৰেশ শৰ্মাৰ ঘৰলৈ যোৱা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন বিধায়ক বসন্ত দাসে।২৫ লক্ষাধিক টকাৰে পকী পথৰ নিৰ্মাণ হবলগীয়া পথটিৰ আধাৰশিলা কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলা পৰিষদৰ সভাপতি শেৱালী গোস্বামী কলিতা, মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, কাৰ্যকৰী অভিযন্তা অৰূপ কুমাৰ পাঠক, মোৱামাৰী গাওঁ পঞ্চায়তৰ সভাপতি বিজয় ৰাজভৰ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।