This browser does not support the video element.
তিতাবৰ: যোৰহাটত অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা আয়োজিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
Titabor, Jorhat | Aug 3, 2025
অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা আয়োজিত ২০২৫ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান ত উপস্থিত সাংসদ ।দেওবাৰে বিয়লি প্ৰায় তিনি মাবজাত আসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি, যোৰহাট জিলা সমিতিৰ তিতাবৰ, মৰিয়নি, পূৱ নকছাৰি ,টীয়কৰ, মহবন্ধা, মেলেং, হুলোঙাপাৰ, নগাধুলি আঞ্চলিক সমিতিৰ সহযোগত অসম মুণ্ডা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা আয়োজিত ২০২৫ বৰ্ষৰ উচ্চ আৰু