Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: বিলাসীপাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল তিনীচকীয়া বাহন

Dhubri Part, Dhubri | Aug 26, 2025
দুৰ্ঘটনাৰ পৰা প্ৰাণৰক্ষা ছাত্ৰ ছাত্ৰীৰ লগতে কেইবা গৰাকী লোকৰ। বিলাসীপাৰাৰ হাকামা পেট্ৰলপামৰ সন্মুখত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হয় কেইবাগৰাকী কলেজ ছাত্ৰ-ছাত্ৰী ।
Read More News
T & CPrivacy PolicyContact Us