This browser does not support the video element.
গোলাঘাট: এমেচাৰ প্ৰেক্ষাগৃহত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সব্যসাচী বটা প্ৰদান
Golaghat, Golaghat | Sep 7, 2025
দেওবাৰে বিয়লি প্ৰায় ৫ বজাত গোলাঘাট এমেচাৰ থিয়েটাৰ প্ৰেক্ষাগৃহত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু গোলাঘাট জিলা সমিতিৰ সহযোগত সব্যসাচী বটা প্ৰদান কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় l অনুষ্ঠানত সব্যসাচী বটা প্ৰদানেৰে বিভূষিত কৰিলে শদিয়াৰ পৰা ধুবুৰী লৈকে লোক সংস্কৃতিৰ হকে অৱদান আগবঢ়াই যোৱা ঢোলৰ ওজা,অসমীয়া চলচিত্ৰ জগতৰ প্ৰবীণ নেতা দেবেস্বৰ শইকীয়াক l গোলাঘাট জিলাৰ বহু কেইজন গণ মান্য ব্যক্তি উপস্থিত থাকে l