Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী কোকৰাডাঙাত অব্যাহত ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া,দিনে নিশাই চলিছে কাম

Mankachar, South Salmara-Mankachar | Sep 9, 2025
মঙ্গলবাৰে দিনৰ ১ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ প্ৰবল সোতে গঢ়াখহনীয়া অঞ্চলৰ ৰাইজক চিন্তিত কৰি পেলাইছে। যদিও তীব্ৰ গতিত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াৰ প্ৰতিৰোধৰ বাবে জিঅ টিউবৰ কাম দিনে নিশাই চলিছে। কিন্তু ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া আজিও অব্যাহত আছে।
Read More News
T & CPrivacy PolicyContact Us