This browser does not support the video element.
নগাঁও: উৰিয়াগাঁও অৰ্জ্জুনতলত এখন পৰিত্যক্ত বাহনক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য
Nagaon, Nagaon | Aug 6, 2025
নগাঁৱৰ উৰিয়াগাঁও অৰ্জ্জুনতলত এখন পৰিত্যক্ত বাহনক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। ৰাজপথৰ দাঁতিত তিনিদিন ধৰি ৰখাই থোৱা আছে এখন গৰাকীবিহীন ৱাগেনাৰ বাহন। অৱশেষত গৰাকীবিহীন গাড়ীখন উদ্ধাৰ কৰিছে ইটাচালি আৰক্ষী চকীয়ে। গাড়ীখন চোৰ কৰি আনি ৰাজপথতে এৰি থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।