Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত আৰক্ষী চাউনীত অস্ত্ৰ নিয়ম সম্পৰ্কে এখনি সভা অনুষ্ঠিত হয়

Jorhat West, Jorhat | Sep 10, 2025
আৰক্ষী অধীক্ষকৰ উপস্থিতিত আৰক্ষী চাউনীত অস্ত্ৰ নিয়ম সম্পৰ্কে এখনি সভা অনুষ্ঠিত হয়। যোৰহাটৰ বৰভেটা স্থিত আৰক্ষীৰ চাউনীত অনুষ্ঠিত হয় উক্ত সভা খন । অস্ত্ৰ নিয়ম সম্পৰ্কে সভা খনিত আৰক্ষী অধীক্ষক গৰাকীয়ে বিভিন্ন দিশ সন্দৰ্ভত উল্লেখ কৰে । অস্ত্ৰ নিয়ম ২০১৬ ৰ বিশেষ যোজনাৰ অধীনত অস্ত্ৰ অনুজ্ঞাপত্ৰ আবেদন প্ৰক্ৰিয়া সন্দৰ্ভতো উল্লেখ ।
Read More News
T & CPrivacy PolicyContact Us