Download Now Banner

This browser does not support the video element.

বাক্সা: নয়াবস্তিত ধমধমা সংহত শিশু উন্নয়ণ প্ৰ্কল্পৰ নৱ নিৰ্মিত ভৱন উদ্ধোধন কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বডোয়ে।

Baska, Baksa | Jun 18, 2025
বাক্সা জিলাৰ নয়াবস্তিত আজি ধমধমা সংহত শিশু উন্নয়ণ প্ৰ্কল্পৰ নৱ নিৰ্মিত ভৱন উদ্ধোধন কৰে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বডোয়ে।ইয়াৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত ২৫ নংবাগানপাৰা পৰিষদীয় সমষ্ঠিৰ এক দিৰ্ঘদিনীয়া সমস্যা দুৰ হোৱা বুলি কোৱাৰ লগতে পুষ্টিহিনতাৰ ওপৰত গুৰুত্ব মন্তব্য কৰে।ভৱনটো উদ্ধোধনী অনুস্থানত অংশ গ্ৰহন কৰি কাৰ্যবাহী সদস্য গৌতম দাসে অংগনাবাদী কেন্দ্ৰ আৰু পুষ্টিহিনতাৰ ওপৰত মন্তব্য আগবঢ়ায়।
Read More News
T & CPrivacy PolicyContact Us