Download Now Banner

This browser does not support the video element.

বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত,ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ

Balijana, Goalpara | Sep 12, 2025
গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত।গোৱালপাৰা মহাবিদ্যালয়ৰ কালি নবাগত আদৰণী সভা মাজতে এগৰাকী ছাত্ৰীক ছাত্ৰ একতা সভাৰ ছাত্ৰ এজনে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বিৰূদ্ধে আছু, আৰছু,ABVP আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।কালিৰে পৰাই মহাবিদ্যালয়খনত উত্তপ্ত পৰিবেশ বিৰাজ কৰিছে ।প্ৰতিবাদৰ মাজতে NSUIপতাকা দাহ কৰে ABVP ছাত্ৰ ছাত্ৰী সকলে।আছু,এবিভিপি,আৰছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ কৰে।
Read More News
T & CPrivacy PolicyContact Us