Download Now Banner

This browser does not support the video element.

ধেমাজি: ধেমাজিত ২৮৭ গৰাকীৰ দেহত ধৰা পৰিছে এইচআইভিৰ, জিলা খনত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচআইভি ত আক্ৰান্ত লোকৰ সংখ্যক

Dhemaji, Dhemaji | Aug 24, 2025
ধেমাজি জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচআইভি আক্ৰান্ত লোক ধেমাজি জিলাত মুঠ ২৮৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে এইচআইভি ৰোগ। ধেমাজি জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ জে এম প্ৰসাদে সদৰি কৰে সংবাদ মাধ্যমৰ আগত।জানিব পৰা মতে ধেমাজি জিলাত মুঠ ২৮৭ গৰাকী এইচআইভি আক্ৰান্ত লোকৰ সংখ্যালৈ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us