Install App
nirenkumarsarma
This browser does not support the video element.
বাক্সা: শালবাৰীত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰত বিপিএফ শাসনলৈ আহিলে প্ৰথমে মাটি পট্টা প্ৰদান কৰিব বুলি মন্তব্য
Baska, Baksa | Sep 8, 2025
বাক্সা জিলাৰ শালবাৰীত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। তেও বিপিএফ শাসনলৈ আহিলে প্ৰথমে মাটি পট্টা প্ৰদান কৰিব বুলি মন্তব্য কৰে। বিপিএফে ২০ খনতকৈ অধিক আসন লাভ কৰিব। প্ৰমোদ বড়োৰ ইউপিপিএলে দুইৰ পৰা তিনিখন আসন লাভ কৰিব বুলি মন্তব্য কৰে। শালবাৰী সমষ্টিত বিজেপিৰ লগতে বিপিএফৰ যুদ্ধ হ'ব, ইউপিপিএলৰ কাম নাই বুলি মন্তব্য কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!